Category

লেণ্ডিং পৃষ্ঠাসমূহ

From Joomla! Documentation

This page is a translated version of the page Category:Landing Pages and the translation is 100% complete.

এই পৃষ্ঠাত এই ৱিকিৰ বাবে পূৰ্বনিৰ্ধাৰিত লেণ্ডিং পৃষ্ঠাসমূহ তালিকাভুক্ত কৰা হৈছে। এইবোৰ সেইবোৰ মুখ্যশব্দৰ ওপৰত আধাৰিত যিবোৰ আমি ভাবোঁ যে মানুহে তথ্য-পত্ৰত বিচাৰি চাব আৰু লগতে Google Analytics-ৰ দৰে উৎসৰ পৰা পোৱা তথ্য অনুসৰি সেইবোৰ মুখ্যশব্দ যিবোৰ আমি জানো যে মানুহে প্ৰকৃততে বিচাৰে। ৱিকি পৃষ্ঠা এটাক "লেণ্ডিং পৃষ্ঠা" হিচাপে ঘোষণা কৰিবলৈ আৰু সেইদৰেই ইয়াক স্বয়ংক্ৰিয়ভাৱে এই সূচীত যোগ কৰোৱাবলৈ মাথোঁ ৱিকি পৃষ্ঠাত এইখিনি যোগ কৰক: [[Category:Landing Pages]] পৃষ্ঠাৰ শেষত হ'লে বেছি ভাল।

Subcategories

This category has only the following subcategory.

Pages in category "লেণ্ডিং পৃষ্ঠাসমূহ"

The following 2 pages are in this category, out of 2 total.