Translations:Accessibility standards/3/as
From Joomla! Documentation
ৱৰ্ল্ড ৱাইড ৱেব কঞ্চ'ৰ্টিয়াম (W3C)ৰ দ্বাৰা WCAG প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ কৰা হয়। WCAG-ৰ মানদণ্ড প্ৰাথমিকতা ১, প্ৰাথমিকতা ২ আৰু প্ৰাথমিকতা ৩ নামৰ তিনিটা স্তৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। প্ৰাথমিকতা ১ত আটাইতকৈ মৌলিক প্ৰয়োজনীয়তাবোৰ থাকে যিবোৰ ছাইট এটাত সহজলভ্যতাৰ বাবে থকা উচিত। WCAG-ৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ এক ভাল ঠাই হ'ল তেওঁলোকৰ ৱেব সমলৰ সহজলভ্যতা-সম্বন্ধীয় নিৰ্দেশনা ২.০।