Translations

Translations:Accessibility standards/5/as

From Joomla! Documentation

ধাৰা ৫০৮ হৈছে ১৯৯৮ চনত প্ৰণয়ন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংঘীয় আইন। ইয়াৰ আধাৰ সকলো চৰকাৰী সংস্থাত ব্যৱহাৰৰ বাবে আছিল যদিও তেতিয়াৰে পৰা ইয়াক ৱেব সহজলভ্যতাৰ বাবে এক মানদণ্ড হিচাপে বিভিন্ন সম্প্ৰদায়ৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।