Translations

Translations:Introduction to web content accessibility/1/as

From Joomla! Documentation

ৱেব সহজলভ্যতা ৱেব পৃষ্ঠাৰ ডিজাইনত কিছুমান কৌশল বজাই ৰখাৰ ওপৰত আধাৰিত যাতে বিশেষভাৱে সক্ষম লোকসকলে পৃষ্ঠাত থকা তথ্য সহজে লাভ কৰিব পাৰে। সহজলভ্যতাক প্ৰভাৱিত কৰা কিছুমান বস্তুৰ ভিতৰত আছে মাৰ্কআপ, জাভাস্ক্ৰিপ্টৰ ব্যৱহাৰ, ছবি আৰু মিডিয়াৰ ব্যৱহাৰ আৰু লগতে লে'আউটৰ মৌলিক কৌশল।