Portal

Joomla! ক'ড অৱদানকাৰী

From Joomla! Documentation

Revision as of 11:58, 19 November 2020 by Mohsin Ali (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

এগৰাকী Joomla! ক'ড অৱদানকাৰী হিচাপে... আপুনি দুৰ্দান্ত।

সম্প্ৰদায়ৰ অৱদানকাৰী সদস্য হোৱাৰ বাবে আপোনাক ধন্যবাদ!

এই পৃষ্ঠাৰ লিংকসমূহে Joomla! ক'ড অৱদানকাৰী এগৰাকীক পুল ৰিকুৱেষ্ট দাখিল কৰা, ইউনিট টেষ্ট সৃষ্টি কৰাত সহায় কৰা প্ৰবন্ধ, Joomla ইছ্যু ট্ৰেকাৰ কেনেকৈ ব্যৱহাৰ কৰে আৰু GitHub-ত Joomla! ক'ডলৈ কেনেকৈ বৰঙণি আগবঢ়ায় তাৰে নিৰ্দেশনালৈ লৈ যাব।