বৈকল্পিক কাৰিকৰী প্ৰয়োজনীয়তাসমূহ
From Joomla! Documentation
Joomla! 3.x-ৰ বাবে উপ-প্ৰয়োজনীয়তাসমূহ
এই পৃষ্ঠাখনে সেইবোৰ বৈকল্পিক কাৰিকৰী প্ৰয়োজনীয়তা তালিকাভুক্ত কৰে যিবোৰ দৰাচলতে Joomla! ইনষ্টল কৰি চলাবলৈ প্ৰয়োজন নহয় কিন্তু বিভিন্ন ভিতৰুৱা API চলাই থকা কিছুমান ডিপেণ্ডেঞ্চীৰ বাবে প্ৰয়োজন হয়।
| এপ্লিকেশ্যন | |
| JApplicationDaemon | PHPৰ ext/pcntl আৰু ext/posix-ৰ প্ৰয়োজন |
| আৰ্কাইভ | |
| BZ2 | PHPৰ ext/bz2-ৰ প্ৰয়োজন |
| GZip | PHPৰ ext/zlib-ৰ প্ৰয়োজন |
| Zip | PHPৰ ext/zip নাইবা ext/zlib-ৰ প্ৰয়োজন |
| কেশ্ব | |
| APC | PHP 5.3 বা 5.4ত PHPৰ ext/apc, PHP 5.5 বা 5.6ত PHPৰ ext/apcu-ৰ প্ৰয়োজন, PHP 7.x-ত সমৰ্থিত নহয় (মন কৰিব: এয়া পৰীক্ষা কৰাৰ প্ৰয়োজন) |
| APCu | PHP 5.3+ত PHPৰ ext/apcu-ৰ প্ৰয়োজন |
| CacheLite | PEAR Cache_Lite পেকেজৰ প্ৰয়োজন (1.7.16ত পৰীক্ষা কৰা হৈছে, 1.8ৰ সৈতে কাম কৰিব) |
| Memcache | PHPৰ ext/memcache আৰু এটা Memcache ছাৰ্ভাৰৰ প্ৰয়োজন (মন কৰিব: Memcache এক্সটেনশ্যন PHP 7.x-ৰ সৈতে সুসংগত নহয়) |
| Memcached | PHPৰ ext/memcached আৰু এটা Memcached ছাৰ্ভাৰৰ প্ৰয়োজন |
| Redis | PHPৰ ext/redis আৰু এটা Redis ছাৰ্ভাৰৰ প্ৰয়োজন |
| Wincache | PHPৰ ext/wincache-ৰ প্ৰয়োজন (কেৱল ৱিণ্ড'জ) |
| XCache | PHP-ৰ ext/xcache-ৰ প্ৰয়োজন |
| ক্লায়েণ্ট এডাপ্টাৰসমূহ | |
| LDAP | PHP-ৰ ext/ldap-ৰ প্ৰয়োজন |
| HTTP/Curl | PHPৰ ext/curl-ৰ প্ৰয়োজন |
| HTTP/Socket | PHPৰ fsockopen() ফাংশ্যন সক্ৰিয় কৰাৰ প্ৰয়োজন |
| HTTP/Stream | PHPৰ fopen() আৰু allow_url_fopen ফাংশ্যন সক্ৰিয় কৰাৰ প্ৰয়োজন |
| ক্ৰীপ্ট'গ্ৰাফী | |
| JCrypt | Requires PHP's ext/mcrypt for all ciphers except the SodiumCipher which requires ext/sodium |
| JKeychain | PHP-ৰ ext/openssl-ৰ প্ৰয়োজন |
| ডেটাবেছ | |
| Microsoft SQL Azure | Requires PHP's ext/sqlsrv (the PHP 5.x extension only supports Windows, a Linux compatible version of the extension is available for PHP 7.x) |
| Microsoft SQL Server | Requires PHP's ext/sqlsrv (the PHP 5.x extension only supports Windows, a Linux compatible version of the extension is available for PHP 7.x) |
| MySQL | Requires PHP's ext/mysql (unsupported on PHP 7.x) |
| MySQLi | Requires PHP's ext/mysqli |
| Oracle | Requires PHP's ext/pdo with Oracle support (available for 3PD only; the CMS won't run with it) |
| PDO MySQL | Requires PHP's ext/pdo with MySQL support |
| PostgreSQL | Requires PHP's ext/pgsql |
| SQLite | Requires PHP's ext/pdo with SQLite support (available for 3PD only; the CMS won't run with it) |
| ছবি | |
| PHPৰ ext/gd-ৰ প্ৰয়োজন | |
| ছেশ্যন | |
| APC | PHP 5.3 বা 5.4ত PHPৰ ext/apc, PHP 5.5 বা 5.6ত PHPৰ ext/apcu-ৰ প্ৰয়োজন, PHP 7.x-ত সমৰ্থিত নহয় (মন কৰিব: এয়া পৰীক্ষা কৰাৰ প্ৰয়োজন) |
| Memcache | PHPৰ ext/memcache আৰু এটা Memcache ছাৰ্ভাৰৰ প্ৰয়োজন (মন কৰিব: Memcache এক্সটেনশ্যন PHP 7.x-ৰ সৈতে সুসংগত নহয়) |
| Memcached | PHPৰ ext/memcached আৰু এটা Memcached ছাৰ্ভাৰৰ প্ৰয়োজন |
| Wincache | PHPৰ ext/wincache-ৰ প্ৰয়োজন (কেৱল ৱিণ্ড'জ) |
| XCache | PHPৰ ext/xcache-ৰ প্ৰয়োজন |
| বৈকল্পিক উন্নতিসাধন | |
| ষ্ট্ৰিং | |
| থলুৱা ফাংশ্যনসমূহ ব্যৱহাৰ কৰিবলৈ phputf8 লাইব্ৰেৰীৰ ext/mbstring সক্ৰিয় কৰক | |