Translations

Translations:Adding a new article/1/as

From Joomla! Documentation

তলত দিয়া পদ্ধতি এটা ব্যৱহাৰ কৰি নতুন প্ৰবন্ধ যোগ কৰিব পাৰি:

  1. প্ৰশাসকৰ বেক-এণ্ডত লগ ইন কৰক। কেনেকৈ কৰে জানিবলৈ এইটো পঢ়ক: প্ৰশাসকৰ বেক-এণ্ডত লগ ইন বা লগ আউট কৰা
  2. নতুন প্ৰবন্ধৰ স্ক্ৰীণ খুলিবলৈ, হয়তো:
    • মুখ্য নিয়ন্ত্ৰণ পেনেলত নতুন প্ৰবন্ধ মেন্যু আইটেমত ক্লিক কৰক নাইবা,
    • সমল  প্ৰবন্ধসমূহ  নতুন প্ৰবন্ধ যোগ কৰক মেন্যু আইটেমত ক্লিক কৰক নাইবা,
    • প্ৰবন্ধসমূহৰ পৃষ্ঠা খুলিবলৈ সমল  প্ৰবন্ধসমূহ মেন্যু আইটেমত ক্লিক কৰক। তাৰপাছত নতুন টুলবাৰ বুটামটোত ক্লিক কৰক নাইবা,
    • এটা নতুন একক প্ৰবন্ধৰ নিচিনা মেন্যু আইটেম সৃষ্টি কৰক আৰু প্ৰবন্ধ বাছনি কৰকৰ তলত থকা সৃষ্টি কৰক বুটামটোত ক্লিক কৰক (কেৱল 3.7 আৰু তাতকৈ নতুন সংস্কৰণত)।