Translations:Filing bugs and issues/10/as
From Joomla! Documentation
ফিল্টাৰৰ এক শৃংখলাই ট্ৰেকাৰ আইটেমসমূহ দেখুৱায় আৰু তালিকাৰ ওপৰত থকা "সন্ধান সঁজুলি" বুটামত ক্লিক কৰি সেইবোৰত প্ৰৱেশ কৰিব পাৰি। যদি আপুনি সন্মুখীন হৈ থকা সমস্যাটোৰ কথা ইতিমধ্যে সদৰি কৰা হোৱা নাই, তেন্তে মুখ্য নেভিগেশ্যন ক্ষেত্ৰত "নতুন আইটেম" বুটামত ক্লিক কৰক।