Translations

Translations:JDOC:Translation Sandbox/8/as

From Joomla! Documentation

যোগাযোগ পৰিচালনা - যোগাযোগ পৰিচালকে আপোনাৰ ব্যৱহাৰকাৰীসকলক সঠিক ব্যক্তি আৰু তেওঁৰ যোগাযোগৰ তথ্য বিচাৰি পোৱাত সহায় কৰে। ই কোনো নিৰ্দিষ্ট ব্যক্তিৰ লগতে গোটসমূহলৈ যোৱা একাধিক যোগাযোগৰ প্র-পত্ৰও সমৰ্থন কৰে।