Adding images/as: Difference between revisions

From Joomla! Documentation

Created page with "আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ। === মিডি..."
 
Created page with "পৃষ্ঠাখনৰ ওপৰৰ বাওঁফালে "আপল'ড কৰক"ত ক্লিক কৰক। তাৰ পাছত আপুনি আপল'..."
 
(3 intermediate revisions by the same user not shown)
Line 3: Line 3:
আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ।

=== মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা ===

The simplest way to add images is to upload them from your computer using the Media Manager.  First, of course, you have to download the image onto your computer and be able to find it.  Then, from the Control Panel (back-end administrative interface) navigate to {{rarr|Content,Media Manager}}.
ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা সেয়া আপল'ড কৰাটো হ'ল আটাইতকৈ সৰল উপায়। প্ৰথমে, নিশ্চয়কৈ, আপুনি ছবিখন আপোনাৰ কম্পিউটাৰত ডাউনল'ড কৰি সেইটো বিচাৰি পাব লাগিব। তাৰ পাছত কণ্ট্ৰ'ল পেনেল (বেক-এণ্ড প্ৰশাসনিক ইণ্টাৰফেচ)ৰ পৰা {{rarr|সমল,মিডিয়া পৰিচালক}}লৈ নেভিগেট কৰিব লাগিব।

On the left is a directory tree, with the root directory "Media".  This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory.

At the top left of the page click on "Upload". Then, you'll see Upload box. Click "Browse" to locate the image on your computer, then "Start Upload" to upload the file to the server.
পৃষ্ঠাখনৰ ওপৰৰ বাওঁফালে "আপল'ড কৰক"ত ক্লিক কৰক। তাৰ পাছত আপুনি আপল'ড বক্স দেখা পাব। আপোনাৰ কম্পিউটাৰত ছবিখন বিচাৰিবলৈ "ব্ৰাউজ কৰক"ত ক্লিক কৰক, তাৰ পাছত ছাৰ্ভাৰত ফাইলটো আপল'ড কৰিবলৈ "আপল'ড আৰম্ভ কৰক"ত ক্লিক কৰক।

=== FTP ===
=== FTP ===
Line 13: Line 13:
Of course, you can upload images to a server using any standard FTP client.  You might find this handier for adding images to template directories; however, if you have FTP set up, you probably don't need an explanation of how to add an image.  Also, many server administration panels such as Cpanel and Plesk have upload capabilities.

=== Extensions ===
=== এক্সটেনশ্যনসমূহ ===

There are several extensions available from the [http://extensions.joomla.org/category/photos-a-images/images Joomla Extensions Directory] which can upload images.
[http://extensions.joomla.org/category/photos-a-images/images Joomla এক্সটেনশ্যন ডাইৰেক্টৰী]ত কেইবাটাও এক্সটেনশ্যন আছে যিয়ে ছবি আপল'ড কৰিব পাৰে।

<noinclude>
<noinclude>

Latest revision as of 13:28, 19 June 2020

Joomla! 
2.5

আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ।

মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা

ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা সেয়া আপল'ড কৰাটো হ'ল আটাইতকৈ সৰল উপায়। প্ৰথমে, নিশ্চয়কৈ, আপুনি ছবিখন আপোনাৰ কম্পিউটাৰত ডাউনল'ড কৰি সেইটো বিচাৰি পাব লাগিব। তাৰ পাছত কণ্ট্ৰ'ল পেনেল (বেক-এণ্ড প্ৰশাসনিক ইণ্টাৰফেচ)ৰ পৰা সমল  মিডিয়া পৰিচালকলৈ নেভিগেট কৰিব লাগিব।

On the left is a directory tree, with the root directory "Media". This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory.

পৃষ্ঠাখনৰ ওপৰৰ বাওঁফালে "আপল'ড কৰক"ত ক্লিক কৰক। তাৰ পাছত আপুনি আপল'ড বক্স দেখা পাব। আপোনাৰ কম্পিউটাৰত ছবিখন বিচাৰিবলৈ "ব্ৰাউজ কৰক"ত ক্লিক কৰক, তাৰ পাছত ছাৰ্ভাৰত ফাইলটো আপল'ড কৰিবলৈ "আপল'ড আৰম্ভ কৰক"ত ক্লিক কৰক।

FTP

Of course, you can upload images to a server using any standard FTP client. You might find this handier for adding images to template directories; however, if you have FTP set up, you probably don't need an explanation of how to add an image. Also, many server administration panels such as Cpanel and Plesk have upload capabilities.

এক্সটেনশ্যনসমূহ

Joomla এক্সটেনশ্যন ডাইৰেক্টৰীত কেইবাটাও এক্সটেনশ্যন আছে যিয়ে ছবি আপল'ড কৰিব পাৰে।