Adding images/as: Difference between revisions
From Joomla! Documentation
Mohsin Ali (talk | contribs) Created page with "আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ। === মিডি..." |
Mohsin Ali (talk | contribs) Created page with "ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা..." |
||
| Line 3: | Line 3: | ||
আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ। | আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ। | ||
=== মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা === | === মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা === | ||
ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা সেয়া আপল'ড কৰাটো হ'ল আটাইতকৈ সৰল উপায়। প্ৰথমে, নিশ্চয়কৈ, আপুনি ছবিখন আপোনাৰ কম্পিউটাৰত ডাউনল'ড কৰি সেইটো বিচাৰি পাব লাগিব। তাৰ পাছত কণ্ট্ৰ'ল পেনেল (বেক-এণ্ড প্ৰশাসনিক ইণ্টাৰফেচ)ৰ পৰা {{rarr|সমল,মিডিয়া পৰিচালক}}লৈ নেভিগেট কৰিব লাগিব। | |||
On the left is a directory tree, with the root directory "Media". This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory. | On the left is a directory tree, with the root directory "Media". This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory. | ||
Revision as of 13:16, 19 June 2020
আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ।
মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা
ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা সেয়া আপল'ড কৰাটো হ'ল আটাইতকৈ সৰল উপায়। প্ৰথমে, নিশ্চয়কৈ, আপুনি ছবিখন আপোনাৰ কম্পিউটাৰত ডাউনল'ড কৰি সেইটো বিচাৰি পাব লাগিব। তাৰ পাছত কণ্ট্ৰ'ল পেনেল (বেক-এণ্ড প্ৰশাসনিক ইণ্টাৰফেচ)ৰ পৰা সমল → মিডিয়া পৰিচালকলৈ নেভিগেট কৰিব লাগিব।
On the left is a directory tree, with the root directory "Media". This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory.
At the top left of the page click on "Upload". Then, you'll see Upload box. Click "Browse" to locate the image on your computer, then "Start Upload" to upload the file to the server.
FTP
Of course, you can upload images to a server using any standard FTP client. You might find this handier for adding images to template directories; however, if you have FTP set up, you probably don't need an explanation of how to add an image. Also, many server administration panels such as Cpanel and Plesk have upload capabilities.
Extensions
There are several extensions available from the Joomla Extensions Directory which can upload images.