সহজলভ্যতাৰ মানদণ্ড

From Joomla! Documentation

Revision as of 09:37, 10 November 2021 by Mohsin Ali (talk | contribs)
This Article Needs Your Help

This article is tagged because it NEEDS REVIEW. You can help the Joomla! Documentation Wiki by contributing to it.
More pages that need help similar to this one are here. NOTE-If you feel the need is satistified, please remove this notice.


বৰ্তমান দুটা প্ৰাথমিক মানদণ্ড আছে যাক ৱেব সহজলভ্যতাৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয়।

WCAG

ৱৰ্ল্ড ৱাইড ৱেব কঞ্চ'ৰ্টিয়াম (W3C)ৰ দ্বাৰা WCAG প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ কৰা হয়। WCAG-ৰ মানদণ্ড প্ৰাথমিকতা 1, প্ৰাথমিকতা 2 আৰু প্ৰাথমিকতা 3 নামৰ তিনিটা স্তৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। প্ৰাথমিকতা 1-ত আটাইতকৈ মৌলিক প্ৰয়োজনীয়তাবোৰ থাকে যিবোৰ ছাইট এটাত সহজলভ্যতাৰ বাবে থকা উচিত। WCAG-ৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ এক ভাল ঠাই হ'ল তেওঁলোকৰ ৱেব সমলৰ সহজলভ্যতা-সম্বন্ধীয় নিৰ্দেশনা 2.0।

ধাৰা 508

Section 508 is a US federal law enacted in 1998. Its basis was for use in all government agencies but it has since been adopted by the wider community as a benchmark for web accessibility. ধাৰা 508-সম্বন্ধীয় অধিক তথ্যৰ বাবে আমি আপোনাক চৰকাৰী ৱেবছাইটটো চাবলৈ পৰামৰ্শ দিম।