Translations

Translations:Accessibility standards/5/as

From Joomla! Documentation

Revision as of 09:50, 10 November 2021 by Mohsin Ali (talk | contribs)

ধাৰা ৫০৮ হৈছে ১৯৯৮ চনত প্ৰণয়ন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংঘীয় আইন। ইয়াৰ আধাৰ সকলো চৰকাৰী সংস্থাত ব্যৱহাৰৰ বাবে আছিল যদিও তেতিয়াৰে পৰা ই ৱেব সহজলভ্যতাৰ বাবে এক মানদণ্ড হিচাপে বিভিন্ন সম্প্ৰদায়ৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।