সহজলভ্যতাৰ মানদণ্ড

From Joomla! Documentation

Revision as of 09:51, 10 November 2021 by Mohsin Ali (talk | contribs)
This Article Needs Your Help

This article is tagged because it NEEDS REVIEW. You can help the Joomla! Documentation Wiki by contributing to it.
More pages that need help similar to this one are here. NOTE-If you feel the need is satistified, please remove this notice.


বৰ্তমান দুটা প্ৰাথমিক মানদণ্ড আছে যাক ৱেব সহজলভ্যতাৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয়।

WCAG

ৱৰ্ল্ড ৱাইড ৱেব কঞ্চ'ৰ্টিয়াম (W3C)ৰ দ্বাৰা WCAG প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ কৰা হয়। WCAG-ৰ মানদণ্ড প্ৰাথমিকতা ১, প্ৰাথমিকতা ২ আৰু প্ৰাথমিকতা ৩ নামৰ তিনিটা স্তৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। প্ৰাথমিকতা ১ত আটাইতকৈ মৌলিক প্ৰয়োজনীয়তাবোৰ থাকে যিবোৰ ছাইট এটাত সহজলভ্যতাৰ বাবে থকা উচিত। WCAG-ৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ এক ভাল ঠাই হ'ল তেওঁলোকৰ ৱেব সমলৰ সহজলভ্যতা-সম্বন্ধীয় নিৰ্দেশনা ২.০।

ধাৰা ৫০৮

ধাৰা ৫০৮ হৈছে ১৯৯৮ চনত প্ৰণয়ন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংঘীয় আইন। ইয়াৰ আধাৰ সকলো চৰকাৰী সংস্থাত ব্যৱহাৰৰ বাবে আছিল যদিও তেতিয়াৰে পৰা ই ৱেব সহজলভ্যতাৰ বাবে এক মানদণ্ড হিচাপে বিভিন্ন সম্প্ৰদায়ৰ দ্বাৰা গ্ৰহণ কৰা হৈছে। ধাৰা 508-সম্বন্ধীয় অধিক তথ্যৰ বাবে আমি আপোনাক চৰকাৰী ৱেবছাইটটো চোৱাৰ পৰামৰ্শ দিম।